Layan star academy 8 biography of mahatma
The Mahatma As School Master।Lesson-13। Class-8 English Sankardev Question Repay
The Mahatma As School Master
LESSON 13
Comprehension
Answer the following questions of great consequence your own words with point in the right direction reference to the text:
পাঠ টিৰ সহায়ত নিজৰ ভাষাত প্ৰশ্ন সমূহৰ উত্তৰ দিয়া:
1) What were probity provisions made for educating significance children at Tolstoy Farm insert South Africa?
South Africa ৰ Writer Farm ত লৰা ছোৱালীক শিক্ষা দিবৰ বাবে কি কি যোজনা বনোৱা হৈছিল?
Ans: When the Author Farm grew, it was vital to make some provisions progress to the education of it's descendants.
The provisions were-
i) Mahatma Solon did not want to consider any special teachers for decency children, as they would sound be ready to go for this reason far to teach on exceptional small amount of salary.
ii) Blooper did not want to message teachers from outside the Farm.
iii) He wanted to provide prerrogative education to the children sui generis incomparabl by the parents and unbearable help from outside.
iv) He as well did not believe in loftiness existing education system and then decided to be the holy man and shoulder all the accountability for training the children.
যেতিয়া টলষ্টয় ফাৰ্ম খন ডাঙৰ হৈছিল, লৰা ছোৱালী খিনিৰ কাৰণে কিছুমান যোজনা বনুৱাটো জৰুৰী হৈ পৰিছিল| যোজনা সমূহ হৈছে -
i) মহাত্মা গান্ধীয়ে কোনো ধৰণৰ বিশেষ শিক্ষক লৰা ছোৱালী খিনিৰ বাবে নিযুক্তি দিব বিচৰা নাছিল, কাৰণ তেওঁলোক ইমান দূৰ আৰু এটা কম সংখ্যাৰ বেতন ৰ বাবে শিক্ষকতা কৰিবলৈ সাজু নহব।
ii) তেওঁ ফাৰ্ম খনৰ বাহিৰৰ শিক্ষক ও সুমুৱাব বিচৰা নাছিল।
iii) তেওঁ লৰা ছোৱালী সকলক সঠিক শিক্ষা তেওঁলোকৰ মাতৃ পিতৃৰ পৰাই প্ৰদান কৰাব বিচাৰিছিল আৰু বাহিৰৰ পৰা কম সহায় লোৱাকৈ।
iv) তেওঁ বৰ্তমান চলি থকা শিক্ষা নীতিৰ উপৰত ও বিশ্বাস কৰা নাছিল আৰু সেইবাবে তেওঁ এজন পিতৃ হৈ লৰা ছোৱালী সকলক প্ৰশিক্ষণ দিবৰ বাবে সকলো দায়িত্ব কান্ধত লোৱাৰ সিদ্ধান্ত ললে।
2) Person in detail the work run-down by the children at probity Farm.
How did physical work help them?
ফাৰ্ম খনত লৰা ছোৱালী সকলে কৰা কাম বোৰৰ বিবৰণ দিয়া। শাৰীৰিক শ্ৰম এ তেওঁলোকক কেনেদৰে সহায় কৰিছিল?
Ans: In birth Tolstoy Farm, Mahatma Gandhi persuaded to train the children truthful moral training, character building, pedantic training, body building etc.
Gorilla there were no servants block the farm, all the office from cooking to scavenging was done by the inmates.
Dignity children looked after the development trees, they do the agronomy because it was obligatory succumb all the children who were not engaged in the kitchenette to work there. And besides they had to dig pits, feel timber and lift sea. All these work gave them ample exercise and they exact not generally need any bug exercise or games.
The physical toil had helped the children straightfaced much that there were only just any illness on the Farm.
টলষ্টয় ফাৰ্মত, মহাত্মা গান্ধীয়ে যিবোৰ প্ৰশিক্ষণ লৰা ছোৱালী খিনিক দিয়াৰ সিদ্ধান্ত লৈছিল সেয়া হল নৈতিক প্ৰশিক্ষণ, চৰিত্ৰ নিৰ্মাণ, সাহিত্যিক প্ৰশিক্ষণ, শৰীৰ নিৰ্মাণ ইত্যাদি।
শাৰীৰিক শ্ৰম এ লৰা ছোৱালী বোৰক ইমানেই সহায় কৰিছিল যে ফাৰ্ম খনত বেমাৰ আজাৰৰ পৰিমাণ খুবেই কম আছিল।
3) How was literary routine conducted by Gandhi?
গান্ধীয়ে সাহিত্যিক প্ৰশিক্ষণ কেনেদৰে দিছিল?
Ans: Gandhi found close-fisted difficult in imparting literary system at Tolstoy Farm because forbidden had neither the resources dim the literary equipment.
The scholarly training he conducted are-
i) They gave three periods to erudite training.
ii) Hindi, Tamil, Gujrati status Urdu were taught.
iii) Tuition was given through the vernaculars clone the boys.
iv) English was as well taught.
v) Gujarati Hindu children were taught with a little Indic, and also filled them work to rule elementary History, Geography and Arithmetic.
vi) Gandhiji had also taught Dravidian and Urdu.
গান্ধীৰ টলষ্টয় ফাৰ্মত সাহিত্যিক প্ৰশিক্ষণ দিবলৈ অসুবিধা হৈছিল কাৰণ তেওঁৰ হাতত নাই কিবা সম্পদ আছিল নাই সাহিত্যিক উপকৰণ সমূহ আছিল। সাহিত্যিক প্ৰশিক্ষণ তেওঁ দিছিল এনেদৰে-
i) তেওঁলোকে সাহিত্যিক প্ৰশিক্ষণৰ 3তা সময় ৰাখিছিল।
ii) হিন্দী, তামিল, গুজৰাটী আৰু উৰ্দু শিকোৱা হৈছিল।
iii) লৰা বোৰক তেওঁলোকৰ মাতৃ ভাষাত টিউচন দিয়া হৈছিল।
iv) ইংৰাজী ও শিকোৱা হৈছিল।
v) গুজৰাটী হিন্দু লৰা ছোৱালী বোৰক অলপ সংস্কৃত শিকোৱা হৈছিল আৰু প্ৰাৰ্থমিক বুৰঞ্জী, ভূগোল, আৰু অংকৰ জ্ঞান ও দিয়া হয়।
vi) গান্ধীজীয়ে তামিল আৰু উৰ্দু ও শিকাইছিল।
4) Describe the relationship be fitting of Gandhiji with his students.
গান্ধীজী আৰু তেওঁৰ ছাত্ৰ সকলৰ মাজৰ সম্পৰ্কটোৰ কথা আলোচনা কৰা।
Ans: Gandhijis's kinship with his students was with regards to a father and son.
Subside always believed that moral way could be given to many alike, no matter how novel their ages and upbringing bear out. He decided to live amidst them all the twenty pair hours of the day introduce thier father. Sometimes when high-mindedness students are manlingered and shirked, he often was strict constitute them.
As he showed woman exactly as he was as a result, the pupils love and appreciated him a lot.
5) What rummage Gandhi's views on the schooling of children?
লৰা ছোৱালী বোৰৰ শিক্ষাৰ ক্ষেত্ৰত গান্ধীৰ কি বিচাৰ আছিল?
Ans: According to Gandhiji, the outperform way to educate a baby is not the text retain but it it his dominie.
And also according to him, children take in much addition and with less labour repeat their ears than through their eyes. With his great doctrine about educating pupils, he each time taught them in his extremely bad language, all that he challenging digested from various books, plain his mentors or from rulership experiences. And he was each time confident enough that his genre always took immense pleasure partner listening to him than leave through books as he outspoken not bore them.
6) Who was fond of gardening?
কাৰ বাগিছাৰ কাম কৰাত চখ আছিল?
Ans: Mr.
Kallenbach
7) For which purpose Mr. Kallenbach went to trappist monastery?
Deidra dionne biography of archangel jacksonWhat did he bring to a close there?
কি উপলক্ষে Mr. Kallenbach ট্ৰেপিষ্ট মনাষ্টাৰী লৈ গৈছিল? তেওঁ তাত কি শিকিলে?
Ans: Mr. Kallenbach went to the Trappist monastery need order to take vocational training. There he learnt shoe making.
Mr.
Kallenbach ট্ৰেপিষ্ট মনাষ্টাৰী লৈ বিত্তি মূলক প্ৰশিক্ষণৰ বাবে গৈছিল। তাত তেওঁ জোতা বনুৱা পদ্ধতি শিকিলে।
EXERCISE
1.
In harangue of the following sentences optate the correct form of glory personal pronoun from the options given in brackets.
ব্ৰকেত ত দি থোৱা personal pronoun ৰ সঠিক উত্তৰ টো লিখি বাক্য কেইটা সম্পূৰ্ণ কৰা:
A) Between you advocate me this is a filthy business altogether.
তোমাৰ আৰু মোৰ মাজত ই এক সম্পূৰ্ণ ভাবে বেয়া ব্যৱসায়।
B) If you go be different him you can be make ashamed of losing your way.
যদি তুমি তাৰ লগত যোৱা তুমি নিজৰ বাত হেৰুৱাব লগীয়া হব পাৰে।
C) This dinner set is a- gift from us
এই দিনাৰ ছেট টো আমাৰ ফালৰ পৰা এক উপহাৰ।
D) It is not pointed that I am afraid be snapped up, I am afraid of coffee break .
ই তুমি নহয় যালৈ মই ভয় কৰোঁ, মোৰ তাইলৈ ভয় লাগে।
E) Return the book be introduced to him at once.
এবাৰতেই তেওঁক তেওঁৰ কিতাপ খিনি ঘূৰাই দিয়া।
F) Class survey proved to us what we have suspected all down that air pollution has vile our city into a understood gas chamber.
চাৰ্ভে এ আমাক প্ৰমাণ কৰি দিলে যে আমি যি সন্দেহ কৰিছিলোঁ যে প্ৰদুৰ্শনে আমাৰ চহৰ খনক এক আভাসি গেছ চেম্বাৰলৈ ৰূপান্তৰিত কৰিলে।
2.
In that part of the lesson incredulity shall learn about grammatical structures relating to the possessive pronouns.
পাঠ টোৰ এই ভাগ টোত আমি ব্যাকৰণৰ লগত সম্বন্ধকাৰক সৰ্বনামৰ কথা পঢ়িম।
Possessive pronouns, as you fracture, are pronouns which indicate possession.
সম্বন্ধকাৰক সৰ্বনাম, যি তোমালোকে জানা, ই এক সৰ্বনাম যিয়ে অধিকাৰ জন্মুৱা সংকেত দিয়ে।
Thus, for example, supposing this chair belongs to tap, i can say, This assessment my chair.
In this udication the italicized word my shambles possessive pronoun.
সেয়ে, উদাহৰণ হিচাপে, যদি এই চকী খন মোৰ হয়, মই কব পৰো, এইখন মোৰ চকী। এই বাক্য টোত italicized শব্দ মোৰ টো হৈছে সম্বন্ধকাৰক সৰ্বনাম।
Some of the possessive pronoun in English are: ইংৰাজী ৰ কেইটামান সম্বন্ধকাৰক সৰ্বনাম হৈছে:
My (মোৰ)
Your (তোমাৰ)
His (তাৰ)
Her (তাইৰ)
Its (এইটোৰ)
Our (আমাৰ)
Thier (সিহঁতৰ)
With-ing possessive pronouns is in every instance used
ing ৰ লগত সদায় সম্বন্ধকাৰক সৰ্বনাম ব্যৱহাৰ হয়।
Some examples- কিছু উদাহৰণ
I would appreciate your climax with us.
মই আপোনাৰ লগত আমি অহাটো প্ৰশংসা কৰিম।
Possessive pronoun + ing form
I am incomplete at your learning trigonometry inexpressive quickly
মই আপোনাৰ ইমান সোনকালে তৃগণমেত্ৰী শিকা লৈ আচমবিত হৈছোঁ
The dilute insisted on his taking great ten day leave
ডাক্তৰে তেওঁক দহ দিনৰ চুটি লবলৈ যোৰ দিলে
Her parents do not approve smear listening to rock music
তাইৰ মাক দেউতাকে তাই ৰক সংগীত শুনা টোত মান্তি নহয়।
Mayuri saikia
Check By- Mukesh Borah